Home ৰাজনীতিলালকৃষ্ণ আদৱানি আজি ক’ত থাকি গ’ল, বিজেপিৰ বিসম্বাদী পাটনা চাহেবক লাগে উত্তৰ

লালকৃষ্ণ আদৱানি আজি ক’ত থাকি গ’ল, বিজেপিৰ বিসম্বাদী পাটনা চাহেবক লাগে উত্তৰ

by News Desk
80 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ২০১৯ চনৰ লোকসভাৰ পূৰ্বে বিজেপি ত্যাগ কৰাৰ কথা সদৰী কৰিছে ‘পাটনা চাহেব’ সাংসদ শত্ৰুঘ্ন সিনহাই৷ বুধবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰাৰ পাছতে এই মতপোষণ কৰে৷ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা বিজেপিয়ে সিনহাৰ দৰে নেতাক সু-ব্যৱহাৰ নকৰাৰ বাবে ক্ষোভৰ লগতে দুখ প্ৰকাশ কৰে সাংসদগৰাকীয়ে৷ 

সিনহাই আগন্তুক লোকসভা নিৰ্বাচনত পাটনাৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাও ব্যক্ত কৰে৷ উল্লেখ্য যে বিগত লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াবৰ বাবে টিকট নোপোৱাৰ ভুৱা বাতৰি প্ৰকাশ পাইছিল৷ কিন্তু নিৰ্বাচনৰ শেষ মুহূৰ্তত শত্ৰুঘ্ন সিনহাৰ নাম ঘোষণা হোৱাৰ পাছত পাটনাৰ পৰা বৃহৎ সংখ্যক ভোট লাভ কৰি জয়ী হয় শত্ৰুঘ্ন সিনহা৷ এই ফলাফলক লৈয়ে ২০১৯ৰ নিৰ্বাচনত বিজেপিৰ হৈ প্ৰাৰ্থীত্ব আগনবঢ়ালেও অন্য দলৰ পৰা যুঁজ দিবৰ বাবে টিকট লাভ নকৰাৰ প্ৰশ্নই নুঠে বুলি কয় সিনহাই৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0