Home বিশ্বমুম্বাই ক্ৰিষ্টল টাৱাৰত অগ্নিকাণ্ডঃ ৫জন ব্যক্তিৰ মৃত্যু

মুম্বাই ক্ৰিষ্টল টাৱাৰত অগ্নিকাণ্ডঃ ৫জন ব্যক্তিৰ মৃত্যু

by News Desk
94 views
A+A-
Reset

newsnextone|| ডিজিটেল ডেস্কঃ মায়ানগৰী মুম্বাইত আকৌ সংঘটিত হ’ল এক অগ্নিকাণ্ড৷ মুম্বাইৰ পৰেল নামৰ এলেকাত অৱস্থিত ক্ৰিষ্টল টাৱাৰৰ অগ্নি কাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চল কপাই তোলাৰ বিষয়ে জানিব পৰা গৈছে৷ বুধবাৰে পুৱা ১৭ মহলাৰ ১২ নম্বৰ ৰেচিডেন্সীৰ ভিতৰত এই অগ্নি কাণ্ড সংঘটিত হয়৷ জুই লগাৰ সময়ছোৱাত বহুলোকে নিজৰ প্ৰাণ ৰক্ষা কৰি ওলাই আহে যদিও চাৰিজন লোকে নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে৷

দপদপাই জ্বলি উঠা জুইক নিৰ্বাপিত কৰিবলৈ ২০ খনকৈ অগ্নি নিৰ্বাপক বাহন অহাৰ পাছত জুই নুমুৱাবলৈ সক্ষম হয়৷ আনহাতে ১৬ জনকৈ ব্যক্তি সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাস্থলীৰ পৰা ক্ৰেনৰ দ্বাৰা উদ্ধাৰ কৰি অনাৰ লগতে ৪ জনকৈ লোকৰ থিতাতে মৃত্যু হয় বুলি জানিব পৰা গৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0