85
ডিজিটেল ডেস্কঃ মুন্নীক কেন্দ্ৰ কৰি বি টাউনত গল্প-গুজবৰ অন্ত নাই। সুঠাম দেহবল্লৰীৰ অধিকাৰী মুন্নীৰ নৃত্য সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু।
পেজ থ্ৰীৰ সাংবাদিকৰ বাবেও মুন্নীৰ খবৰ হৈছে হটকেক। পিছে গীতৰ কথাংশৰ ধৰণে মুন্নী কাহানীও হোৱা নাছিল বদনামী।