50
ছাদিকুজ জামান, মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰত মঙলবাৰে মোৰাঝাৰ থানা ৰোড মছজিদ কমিটিৰ উদোগত হজ যাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷
উল্লেখ্য যে, বৃহত্তৰ মোৰাঝাৰ অঞ্চলৰ ৪৫ গৰাকী হজ যাত্ৰীক আনুষ্ঠানিকভাৱে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ অন্তত বিশ্ব শান্তিৰ বাবে দোৱা হয়৷