70
ছাদিকুজ জামান, মোৰাঝাৰঃ সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন, চমুকৈ আমছুৰ হোজাই জিলা সমিতিৰ উদ্যোগত আৰু দেৱস্থান আঞ্চলিক আমছু আৰু ইকৰা ফাউণ্ডেশ্যনৰ সহযোগত অজি মৌডঙা হাইস্কুল প্ৰাংগণত এই অঞ্চলৰপৰা গৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ Tae Kwan do খেল প্ৰতিযোগিতাত দুটাকৈ সোণৰ পদক কঢ়িয়াই অনা মমচাদুল আলমক সম্বৰ্ধনা জনোৱা হয়|
