Home বিনোদনমিউজিক ভিডিঅ’ ‘মই নীলঞ্জনা’ মুকলি

মিউজিক ভিডিঅ’ ‘মই নীলঞ্জনা’ মুকলি

by News Desk
63 views
A+A-
Reset

গুৱাহাটীঃ বাপতিসাহোন ৰঙালী বিহু আহি পদূলিমুখ পালেহি। ৰাজ্যৰ চৌদিশে এতিয়া ব্যাপক প্ৰস্তুতি। বিহু অহাৰ লগে লগে ব্যস্ততা বাঢ়িছে কন্ঠশিল্পীসকলৰ। ন ন গীতেৰে ৰাইজৰ মন জয় কৰাৰ চেষ্টা কৰিছে প্ৰতিগৰাকী শিল্পীয়ে।

ইয়াৰ মাজতে সোমবাৰে কন্ঠশিল্পী জিৰিমি কাকতিয়ে সংগীতপ্ৰেমী ৰাইজৰ বাবে ‘মই নীলঞ্জনা’ শীৰ্ষক এটি মিউজিক ভিডিঅ’ মুকলি কৰে। নুনমাটিস্থিত গায়িকাগৰাকীৰ বাসগৃহত অনুষ্ঠিত গীত উন্মোচনী সভাত অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্ত, কন্ঠশিল্পী চন্দন দাস, মৌচম গগৈ উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0