Home ৰাজ্যনগাঁও জিলা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি

নগাঁও জিলা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি

by News Desk
A+A-
Reset
images

জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাত ৰাজহুৱা শান্তি-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত তৎকালে কাৰ্যকৰী হোৱাকৈ নগাঁও জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ জয়ন্ত কুমাৰ বৰাই ফৌজদাৰী কাৰ্যবিধিৰ অধীনত ১৪৪ ধাৰা জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। 

এই নিষেধাজ্ঞা অনুসৰি ৰাজহুৱা স্থানত পাঁচ বা ততোধিক ব্যক্তিৰ সমাবেশ, পথৰ দাঁতি, ৰাজহুৱা স্থান, পদপথ বেদখল, ৰাজহুৱা স্থানত জাবৰ-জোথৰ পেলোৱা, দ্ৰূত বেগত গাড়ী চলোৱা, বিশৃংখলভাৱে গাড়ী ৰখোৱা, ৰাজহুৱা স্থানত মাৰনাস্ত্ৰ, লাঠি, চোকা অস্ত্ৰ কঢ়িওৱা, প্ৰশাসনৰ অনুমতি অবিহনে ৰাজহুৱা স্থানত সভা-সমিতি, ধৰ্মঘট, অনশন, বিক্ষোভ প্ৰদৰ্শন কৰি ৰাষ্ট্ৰীয় পথ আৰু পদপথত যান-যঁট আদিৰ সৃষ্টিৰে অসুবিধা কৰা, চৰকাৰী স্থানত প্ৰতিকৃতি দাহ কৰা, চৰকাৰী কাৰ্যালয়ত বা ৰাজহুৱা স্থান বা ৰাষ্ট্ৰীয় ঘাই পথত দান-বৰঙণি আদি সংগ্ৰহ কৰা, ৰাজহুৱা স্থানত ফটকা ফুটুৱা, নিশা ১০ বজাৰপৰা পুৱা ৬ বজালৈ চিকিৎসালয়, শিক্ষানুষ্ঠান আদিৰ আশে-পাশে উচ্চ ক্ষমতাপন্ন মাইক ব্যৱহাৰ কৰা, সাম্প্ৰদায়িক ভাষন বা দেৱাল লিখন, বেনাৰ আদি লগোৱা, নগৰ এলেকাত যান-বাহন সমূহত উচ্চ ক্ষমতাসম্পন্ন লাইট ব্যৱহাৰ আৰু ক’লা গ্লাছ লগোৱা আদিত নিষেধাজ্ঞা আৰোপ কৰিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0