100
নগাওঁঃ ফেচবুকত পুনৰ বিতৰ্কিত প’ষ্ট আপল’ড কৰি জাতীয় সংগঠন আৰু স্থানীয় ৰাইজৰ ৰোষত পৰিল নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত অৰুণা গাঁৱৰ এজন কিশোৰ।
ৰূপহীহাটৰ অৰুণাৰ এজন দশম শ্ৰেণীৰ ছাত্ৰই ফেচবুকত “পাকিস্তান জিন্দাবাদ” বুলি পোষ্ট আপল’ড কৰি এতিয়া একাংশ সংগঠনৰ ৰোষত পৰিছে।