136
নগাঁওঃ নগাঁও জিলাৰ কঠিয়াতলিৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত এজন৷
পথৰ মাজত চূৰ্ণ-বিচূৰ্ণ অৱস্থাত উদ্ধাৰ দুৰ্ঘটনাগ্ৰস্ত এখন পিক্ আপ ভান৷ দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ নম্বৰ এ এছ ০১-জি চি ৯১৫১৷