116
জয়ন্ত মুদৈ, নগাঁওঃ ৰণক্ষেত্ৰলৈ পৰ্যবসিত হ’ল নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী নিজ ডিমৌৰ বিহুতলী। বিহুনৃত্যৰ প্ৰতিযোগিতাত বিচাৰকৰ বিৰুদ্ধে পক্ষপাতিত্বমূলক ভূমিকা গ্ৰহণৰ অভিযোগ তুলি ইয়াৰ প্ৰতিবাদ কৰোতেই সৃষ্টি হয় বিহুদলৰ সৈতে উদ্যোক্তা সমিতিৰ সংঘাত৷
ফলত আহত হয় বিহুদলৰ তিনিজনকৈ সদস্য৷ যিটো ঘটনাই এতিয়া সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷