Home ৰাজ্যবটদ্ৰৱাৰ বাটমাৰীত দিন দুপৰতে দুৰ্বৃত্তৰ লুট-পাট

বটদ্ৰৱাৰ বাটমাৰীত দিন দুপৰতে দুৰ্বৃত্তৰ লুট-পাট

by News Desk
A+A-
Reset
9939fdfe-f006-455d-976b-e45e3ae63fd8

জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বাটমাৰীত শুকুৰবাৰে দিন দুপৰতে সংঘটিত হয় এক চাঞ্চল্যকৰ লুট-পাটৰ ঘটনা। ঘটনাৰ বিবৰণী মতে, গৰৈমাৰি পামৰপৰা মোকাজ্জিল হক নামৰ লোকজনে দুগৰাকী মহিলাসহ নগাঁও চহৰলৈ গৈ থকা অৱস্থাতেই বাটমাৰীত তিনিজনীয়া এটি দুৰ্বৃত্তৰ দলে বাট আগুচি ধৰি নগদ ৩০ হাজাৰ টকা আৰু এটা ম’বাইল হেণ্ডছেট কাঢ়ি লৈ যায়।

ঘটনাৰ আকস্মিকতাত হতভম্ব হৈ লগে লগে মোকাজ্জিল হকে চিঞৰ-বাখৰ কৰাত উক্ত স্থানত বহুলোকৰ সমাগম হয় আৰু স্থানীয় ৰাইজে হাতে লোটে তিনিজন যুৱকক আটক কৰি বটদ্ৰৱা আৰক্ষীক গতাই দিয়েে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0