Home ৰাজ্যনগাঁও চহৰত বলীয়া ম’হৰ সন্ত্ৰাস

নগাঁও চহৰত বলীয়া ম’হৰ সন্ত্ৰাস

by News Desk
81 views
A+A-
Reset

নগাঁওঃ ৰাজ্যত ঠায়ে ঠায়ে বাঘ, হাতীৰ আক্ৰমণ অব্যাহত থকাৰ সময়তে বুধবাৰে নগাঁও চহৰত সন্ত্ৰাসৰ সৃষ্টি কৰে এটি ম’হে৷ যাৰ ফলত পুৱাই হৈ-চৈ লাগিল নগাঁও চহৰত৷ ব্যস্ত নগাঁও চহৰত পুৱাই এটি ঘৰচীয়া মহ প্ৰবেশ কৰে৷ কিছু সময় পিছতে মহটোৱে মানুহক খেদি খেদি আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে৷ যাৰ ফলত আতংকৰ সৃষ্টি হয় চহৰ খনত৷

নগাঁও চহৰৰ নতুন বজাৰ, খ্ৰীষ্টানপট্টি, কৃষ্ণাই হল চাৰিআলি আৰু বিশাল মেগা মাৰ্টৰ সন্মুখকে ধৰি পানীগাঁও চাৰিআলি আৰু নতুন বজাৰ সংযোগী পথত সৃষ্টি কৰে সন্ত্ৰাসৰ৷ যাৰ ফলত সৃষ্টি কৰে শ্বাসৰুদ্ধকৰ পৰিবেশৰ৷ দিক-বিদিক হেৰুৱাই ম’হটোয়ে কেইবাখনো যান-বাহনত আক্ৰমণ কৰাত আতংকিত হৈ পৰে ব্যৱসায়ী তথা ৰাইজ৷ ম’হটোক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা কেইবাজনো লোক সামান্যভাবে আঘাতপ্ৰাপ্ত হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0