জয়ন্ত মুদৈ, নগাঁওঃ কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইৰ গৃহজিলা নগাঁৱত বিধ্বস্ত ৰে’ল যাত্ৰা।
♦ ডেম’ ট্ৰেইনৰ নামত ভেঁকো-ভাওনা ৰে’ল বিভাগৰ।
♦ আধাতে থমকি ৰ’ল ৰে’ল।
♦ শিলঘাট-গুৱাহাটী ডেম’ ট্ৰেইন ৰৈ গ'ল বেবেজীয়া ষ্টেচনত।
♦ ৰে’ল যাত্ৰীৰ মাজত হাহাকাৰ।
♦ শিলঘাটৰপৰা বেবেজীয়া পাওঁতেই ইঞ্জিনৰ বিজুতিৰ বাবে চাৰিবাৰকৈ ৰ’বলগীয়া হৈছিল ট্ৰেইনখন।
♦ অৱশেষত বেবেজীয়াত ৰৈ গ'ল একেবাৰেই।
♦ ইঞ্জিন বিকলৰ বাবে অচল ৰে’ল যাত্ৰা।
♦ গুৱাহাটী পাবগৈ কেতিয়া?
♦ ক্ষোভ উজাৰিলে যাত্ৰীয়ে।