68
নগাঁওঃ নগাঁও জিলাৰ বুঢ়াচাপৰি অভয়াৰণ্যত ডি এফ অৰ গাড়ীত আক্ৰমণ চলায় দুষ্কৃতিকাৰীয়ে৷
অভয়াৰণ্যৰ লাঠিমাৰী চৰত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে ডি এফ অ’ জিতেন্দ্ৰ কুমাৰৰ গাড়ীত৷ অভয়াৰণ্যত নিজৰ কৰ্তব্য পালন কৰি থকা অৱস্থাত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰি লণ্ডভণ্ড কৰে ডি এফ অ’ৰ গাড়ী৷