114
নগাঁওঃ নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি বৰ্তমান নগাঁৱৰ ড্ৰাগচ মাফিয়া চক্ৰৰ বাবে মুৰৰ কামোৰনি হৈ পৰিছে৷ ভাৰতীয় আৰক্ষী সেৱাৰ সুদক্ষ বিষয়াগৰাকীয়ে নগাঁও জিলাত যোগদান কৰিয়েই ড্ৰাগচৰ বিৰুদ্ধে আৰক্ষীৰ এটি বিশেষ গোট গঠন কৰি দিয়াৰ পিছৰে পৰা ব্যাপক হাৰত গ্ৰেপ্তাৰ হৈছে নিষিদ্ধ ড্ৰাগচৰ চোৰাং ব্যৱসায়ত জড়িত বহু কেইটা মাফিয়া৷
