58
নগাঁওঃ স্বেচ্ছাসেৱী সংগঠন বটবৃক্ষৰ উদ্যোগত আৰু নেহেৰু যুৱ কেন্দ্ৰৰ সহযোগত দেওবাৰৰেপৰা এখনি ব্লক পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা নগাঁও জিলাৰ বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আৰম্ভ হৈছে ৷
সমাজকৰ্মী ইন্দ্ৰমোহন বৰুৱাই শুভ উদ্ধোধন কৰা ফুটবল প্ৰতিযোগিতাখনিৰ উদ্বোধনী খেলখনত বোৱালগুৰি আদৰ্শ ফুটবল ক্লাবৰ বিপক্ষে বিৰচিলা ফুটবল ক্লাবে অংশ গ্ৰহণ কৰে।