64
নগাঁওঃ নগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আজি আলিটাঙনী আব্দুল হাই ছোৱালী হাইস্কুল খেলপথাৰত ব্লক পৰ্যায়ৰ চুড়ান্ত কাপ ছোৱালী কাবাডী প্ৰতিযোগিতাখনি অনুষ্ঠিত হয় । মুঠ দহটা দলে অংশ গ্ৰহণ কৰা চুড়ান্ত খেলত আলিটাঙনী আব্দুল হাই ক্লাৱে ২৫ – ২২ পইণ্টৰ ব্যৱধান ওচমানীযা ক্লাৱক পৰাস্ত কৰি চুড়ান্ত খিতাপ অৰ্জন কৰে।
