Home ৰাজ্যবৰভেটি প্ৰাথমিক বিদ্যালয়ত স্বাস্থ্য আৰু চিকিৎসা সম্বন্ধীয় সজাগতা সভা সম্পন্ন

বৰভেটি প্ৰাথমিক বিদ্যালয়ত স্বাস্থ্য আৰু চিকিৎসা সম্বন্ধীয় সজাগতা সভা সম্পন্ন

by News Desk
A+A-
Reset
hea

জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ বটদ্ৰৱা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বৰভেটি প্ৰাথমিক বিদ্যালয়ত সোমবাৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্বাস্থ্য আৰু চিকিৎসা সম্বন্ধীয় এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়।

বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসাকৰ্মী ৰবি নন্দীয়ে আঁত ধৰা উক্ত সভাত বটদ্ৰৱা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক তথা বৰভেটি প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাম প্ৰসাদ নাথ, সহকাৰী শিক্ষয়িত্ৰীত্ৰয় পাৰমিতা দেৱনাথ, জোনালী দেউৰী দলৈ আৰু কবিতা বিশ্বাসকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0