113
জয়ন্ত মুদৈ, নগাঁওঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত স্বৰ্ণ কন্যা হিমা দাসে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে।
ধিং মহাবিদ্যালয়ৰপৰা কলা শাখাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ হিমাই সৰ্বমুঠ ৩৪৯ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। খেলৰ উপৰি পঢ়া-শুনাতো সমানেই গুৰুত্ব দি অসমীয়াত লেটাৰ মাৰ্কসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে হিমা৷