49
জয়ন্ত মুদৈ, নগাঁওঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ঈষণীয় সফলতা অৰ্জন কৰিছে নগঞা পৰীক্ষাৰ্থীয়ে৷ মুঠ এঘাৰ গৰাকী নগঞা মেধাৱী পৰীক্ষাৰ্থীয়ে ৰাজ্যৰ ভিতৰত স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে৷
ইয়াৰ ভিতৰত বিজ্ঞান শাখাত ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰ বিতোপন আৰান্ধৰাই অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰি জিলাবাসীক গৌৰাম্বিত কৰিছে।