127

নগাঁও,৮ডিচেম্বৰঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত বগৰিগুৰিৰ সৰবৰহী ব্যক্তি তথা ভূটানস্থিত গেমন ইণ্ডিয়াৰ মাংচু হাইড্ৰ ইলেকট্ৰিক পাৱাৰ প্ৰজেক্টত ফ’ৰমেন হিচাপে কৰ্মৰত সুভাষ চন্দ্ৰ গোস্বামীৰ ৰহস্যজনক ভাৱে এক দুৰ্ঘটনাত মৃত্যু হোৱা বুলি কোম্পানীটোৰ তৰফৰপৰা জনোৱাত পৰিয়ালৰ লোকসকল এতিয়া শোকত ভাগি পৰিছে।