62
নগাঁওঃ নগাঁৱৰ তেলীয়াগাঁৱৰ এঘৰৰ চুৱা পাতনিত উদ্ধাৰ হোৱা জীৱিত নৱজাতকটিৰ পাষাণ মাতৃৰ সন্ধান পোৱা গৈছে।
মণিৰাম নাথ নামৰ লোকজনৰ ঘৰৰ চুৱা পাতনিত উদ্ধাৰ হৈছিল এই নৱজাতকটি। ক্ৰন্দন শুনি নৱজাতকটিক উদ্ধাৰ কৰি গাঁওবুঢ়াৰ উপস্থিতিত আৰক্ষীক চমজাই দিয়ে মণিৰাম নাথৰ পৰিয়াল আৰু প্ৰতিৱেশী একাংশ লোকে।