Home বিনোদনসৰ্বভাৰতীয় বহুভাষিক নাট মহোৎসৱলৈ আমন্ত্রিত নগাঁৱৰ নাট্যদল

সৰ্বভাৰতীয় বহুভাষিক নাট মহোৎসৱলৈ আমন্ত্রিত নগাঁৱৰ নাট্যদল

by News Desk
A+A-
Reset
e8cc2898-06f3-466c-b3b1-8789f48b503e

জয়ন্ত মুদৈ, নগাঁওঃ অহা ২৮ জুলাইৰপৰা ৩১ জুলাইলৈ ভাৰতৰ অন্যতম পৰ্যটন নগৰী গোৱাৰ মদগাঁৱত অনুষ্ঠিত হ’বলগীয়া সৰ্বভাৰতীয় পৰ্যায়ৰ বহুভাষিক নাট প্ৰতিযোগীতালৈ আমন্ত্রন লাভ কৰিছে নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ বিলতীয়াগাঁৱৰ মেল’ডি নাট্য গোষ্ঠীয়ে। 

নাট্য দলটিয়ে প্ৰতিযোগীতাত বহু চৰ্চিত নাট্যকাৰ, পৰিচালক ধ্ৰুৱজ্যোতি বৰাৰ ৰচনা আৰু পৰিচালনাৰে অসমীয়া তথা অসমৰ সমাজ জীৱনৰ লগত ওতঃপোতভাৱে জড়িত অধুনালুপ্ত ম’হ যুঁজৰ ওপৰত আধাৰিত নাটক “ৰংশিঙা-খংশিঙা” শীৰ্ষক নাটখনি প্ৰদৰ্শন কৰিব। অসমীয়া সমাজ-জীৱনৰ এটি অতি গুৰুত্বপূৰ্ণ বিষয়বস্তুক সামৰি ৰচনা কৰা এই নাটখনে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত নাট্যপ্ৰেমীৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ লগতে নাট সমালোচক সকলৰ মাজত চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0