102
জয়ন্ত মুদৈ,নগাঁওঃ নগাঁও জিলাৰ বৃহত্তৰ বেবেজীয়া অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ পথৰ ‘চাইড বাম’ৰ বাবে কান্দিবলগীয়া হৈছে কুৰিখনতকৈ অধিক গাঁৱৰ পথচাৰীয়ে। অঞ্চলবাসীৰ বাবে যাতায়াতৰ ক্ষেত্ৰত মূৰৰ কামোৰণি হৈ পৰা এই গড়কাপ্তানি পথটো হৈছে বেবেজীয়া-ঘাঁহী সংযোগী পথ।