Home ৰাজ্যজুৱাৰীয়ে গুলিয়াই হত্যা কৰিলে আৰক্ষীৰ কনিষ্টবলক, নগাঁৱত উত্তেজনা

জুৱাৰীয়ে গুলিয়াই হত্যা কৰিলে আৰক্ষীৰ কনিষ্টবলক, নগাঁৱত উত্তেজনা

by News Desk
81 views
A+A-
Reset

নগাঁওঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ অব্যাহত থকাৰ সময়তে নগাঁও জিলাত এগৰাকী আৰক্ষীৰ কনিষ্টবলক গুলীয়াই হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, নগাঁও জিলাৰ ডুমডুমীয়া বজাৰত সংঘটিত হৈছে এই ঘটনা৷ জুৱাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে গুলীয়াই হত্যা কৰে আৰক্ষীৰ লোকজনক৷

নিহত কনিষ্টবলজন অনিল দাস বুলি দানিব পৰা গৈছে৷ শনিবাৰে বিয়লি আৰক্ষীৰ দল এটাই ডুমডুমী বজাৰত জুৱাৰ আড্ডা উৎখাত কৰিবলৈ যােৱাৰ সময়তে আৰক্ষীক লক্ষ্য কৰি দুৰ্বত্তৰ দলে গুলী চলাই৷ কনিষ্টবল অনিল দাসৰ দেহত কেইবাটাও গুলী লগাৰ ফলত ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসায়ত ভৰ্তি কৰে যদিও কিছুসময়ৰ পিছত মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ নিহত কনিষ্টবলজনৰ ঘৰ ঘাগৰিয়ালত। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0