Home ৰাজ্যননৈ আৰক্ষীৰ তালাচীত জব্দ আগৰ ভৰ্তি বাহন

ননৈ আৰক্ষীৰ তালাচীত জব্দ আগৰ ভৰ্তি বাহন

by News Desk
72 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলাৰ ননৈ আৰক্ষী চকীৰ আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত ৰূপহীৰপৰা হোজাই অভিমুখে আহি থকা এখন আগৰ ভৰ্তি টাটা মেজিক ভান আৰক্ষীৰ হাতত ধৰা পৰে। ননৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাধাকান্ত দাসৰ তৎপৰতাত এ এছ-০২-বি চি ৭৮৩৭ নম্বৰৰ বাহনখনত চোৰাংভাৱে আগৰ গছৰ কুণ্ডা কঢ়িয়াই অনাৰ খবৰ লাভ কৰি অভিযান চলাই বাহন খন জব্দ কৰিবলৈ সক্ষম হয়।

জব্দকৃত বাহনখন আৰক্ষীয়ে কঠিয়াতলি আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বন বিষয়াক চমজাই দিয়ে। উল্লেখ্য যে, ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তথা বৰঘাট বাইপাচ পথেৰে দীৰ্ঘদিন ধৰি এনেদৰে চোৰাংভাৱে বিভিন্ন মূল্যবান বনজ সম্পদ চোৰাংভাৱে সৰবৰাহ হৈ আহিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0