Home বিনোদননলবাৰী বাঁহজানীত নাট্য আৰু নৃত্য কৰ্মশালা

নলবাৰী বাঁহজানীত নাট্য আৰু নৃত্য কৰ্মশালা

by News Desk
A+A-
Reset
0ae551a6-19dd-4e3f-ab50-fcf99fb09fc3

হেমন্ত কলিতা, নলবাৰীঃ নাট্য কলাৰ এই সুদুৰ প্ৰসাৰী ভূমিকাক নৱ প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ মানসেৰে নলবাৰী জিলাৰ বাঁহজানীৰ বগলচৰোড চ’কত স্থাপন কৰা শ্ৰীমন্ত শংকৰদেৱ ল’ৱাৰ আসাম থিয়েটাৰ একাডেমীৰ উদ্যোগত আজিৰপৰা ১৬ জুলাইলৈ ১৫ দিনীয়াকৈ আয়োজন কৰা নাট্য আৰু নৃত্যৰ কৰ্মশালাখন মঙলবাৰে আনুষ্ঠানিকভাবে উদ্বোধন কৰা হয়। 

শ্ৰীমন্ত শংকৰদেৱ ল’ৱাৰ আসাম থিয়েটাৰ একাডেমীৰ প্ৰেক্ষাগৃহত ৰাতিপুৱা দহ বজাৰপৰা পূব বাঁহজানী গোপালথান বালিকা বিদ্যামন্দিৰ (হাইস্কুল)ৰ সহঃ প্ৰধান শিক্ষক দিলীপ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা নাট্য আৰু নৃত্যৰ কৰ্মশালাখন উদ্বোধন কৰি বিশিষ্ট অভিনেতা, পৰিচালক ভগৱৎ প্ৰীতমে ভাষণত নাটক আৰু অভিনয় জগতত বৰ্তমান দেখাদিয়া বিভিন্ন প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি নৱ প্ৰজন্ম সকলক নিজৰ নিজৰ অধ্যয়নৰ লগতে নাটক, অভিনয়, নৃত্যৰো শিক্ষা গ্ৰহন কৰিবলৈ আহ্বান জনায়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0