ঐতিহ্যমণ্ডিত নলবাৰী ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি

Home ৰাজ্যঐতিহ্যমণ্ডিত নলবাৰী ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি

ঐতিহ্যমণ্ডিত নলবাৰী ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি

by News Desk
215 views
A+A-
Reset

নলবাৰীঃ অসমৰ ৰাস মহোসৱ বুলি কলেই নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱৰ কথাই মনলৈ আহে৷ উজনি-নামনিৰ হাজাৰ হাজাৰ লোকেৰে ভৰি পৰে নলবাৰীৰ ঐতিহ্যমণ্ডিত ৰাসস্থলী। লোকে লোকাৰণ্য হৈ পৰা এই ৰাসত কৃষ্ণৰ মৃণ্ময় মুৰ্তিবোৰৰ কথাই সুকীয়া৷ ৮৪ সংখ্যক ৰাস মহোৎসৱ এইবেলি অহা ৩ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ ১৩ দিনীয়াকৈ অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে।

বৃহস্পতিবাৰে বিয়লি হৰিমন্দিৰত অনুষ্ঠিত এক সংবাদমেলত উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক অশোক কুমাৰ শৰ্মা লগতে সম্পাদক মনোজ কুমাৰ চৌধুৰী আৰু পংকজ বৰ্মনে ৩ নৱেম্বৰৰ আবেলি নলবাৰী গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংলোৰ পৰা সাংস্কৃতিক শোভাযাত্ৰাৰে উদ্বোধনী অনুষ্ঠান আৰম্ভ হ’ব বুলি কয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0