Home ৰাজ্যএণ্ডী আৰু নেলীয়ে বিতৰন কৰিলে টৰ্চ লাইট

এণ্ডী আৰু নেলীয়ে বিতৰন কৰিলে টৰ্চ লাইট

by News Desk
59 views
A+A-
Reset

বঢ়মপুৰঃ হাতী-মানুহৰ সংঘাট ৰাজ্য খনৰ বাবে এক চিন্তাৰ কাৰণ হৈ পৰিছে৷ প্ৰতিদিনে ৰাজ্যৰ কোনোবা নহয় কনোবা ঠাইত হাতী মানুহৰ সংঘাটত জীৱন-সম্পত্তিৰ ক্ষতি হয়৷ খাদ্যৰ সন্ধানত জন অৰণ্যলৈ ওলাই অহা হাতীৰ জাকে দৰিদ্ৰ কৃষকৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমি বিনষ্ট কৰাৰ লগতে ঘৰ-বৰ, ভাঙি পেলায়৷

ইমানে নহয় বহু লোকক হত্যা কৰি আহিছে৷ মাতী-মানুহৰ প্ৰত্যক্ষ সংঘাটৰ ফলত হাতীৰো মৃত্যু হৈ আহিছে৷ তাৰ পিছতো ৰাজ্যৰ কোনো দলৰ চৰকাৰ তথা বন বিভাগে ব্যৱস্থা কৰা দেখা নাযায়৷ তাৰ বিপৰীতে দুগৰাকী বিদেশী পৰ্যটকে তথা হস্তী বিশেষজ্ঞই চামগুৰিৰ বৃহত্তৰ চাপানালা অঞ্চলত ৰাইজৰ মাজত কিছু সামগ্ৰী বিতৰণ কৰি দ্বায়িত্ববোধ আৰু মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0