Home ক্ৰীড়ানলবাৰীত ৪ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব টি-২০ ক্ৰিকেট প্ৰতিযোগিতা

নলবাৰীত ৪ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব টি-২০ ক্ৰিকেট প্ৰতিযোগিতা

by News Desk
73 views
A+A-
Reset

নলবাৰীঃ অহা ৪ মাৰ্চৰ পৰা নলবাৰীৰ সৰিয়হতলী ষ্টেডিয়ামত দ্বিতীয় বাৰ্ষিক সদৌ অসম সতীশ চন্দ্ৰ তামূলী টি-২০ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷  নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাৰ প্ৰস্তুতি প্ৰায় সম্পূর্ণ হৈছে বুলি জানিব পৰা গৈছে৷

নলবাৰী ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি লীগ ভিত্তিত অনুষ্ঠিত হ’ব  প্ৰতিযোগিতা খন৷ ৫ হাজাৰ টকা ভৰ্তি মাচুল নিৰ্ধাৰণ কৰা প্ৰতিযোগিতাত এক লাখ টকা পুৰস্কাৰ আগবঢ়াব৷ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব বিচৰা দলসমূহক অহা ১ মাৰ্চৰ ভিতৰত ৯৪৩৫১৯৪৩১৬, ৮৬৩৮২১৬৭৪৭ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় ক্ৰীড়া সন্থাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0