Home ৰাজ্যগ্ৰামীণ বিকাশৰ মন্ত্ৰ লবলৈ ওলাই আহিল নলবাৰীৰ মহিলা

গ্ৰামীণ বিকাশৰ মন্ত্ৰ লবলৈ ওলাই আহিল নলবাৰীৰ মহিলা

by News Desk
51 views
A+A-
Reset

নলবাৰীঃ ঘৰৰ চাৰিবেৰৰ মাজত থকা দিল গ’ল নাৰীৰ৷ এতিয়া সকলো দিশতে পুৰুষৰ সমানে সমানে আগবাঢ়িছে মহিলা৷ চহৰ, নগৰৰ লগতে গ্ৰাম্য অঞ্চলৰ মহিলাও এতিয়া পিছপৰি থকা নাই৷ সকলোৱে স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে ব্যস্ত হৈ পৰিছে৷ শনিবাৰে নলবাৰীৰ যজ্ঞভূমিত ভাৰত চৰকাৰৰ গ্ৰামীণ বিকাশ মন্ত্ৰণালয় আৰু টাটা ট্ৰাষ্টৰ আৰ্থিক সাহাৰ্যত নলবাৰীৰ বৰবৰিৰ গ্ৰাম্য বিকাশ মঞ্চৰ উদ্যোগত মহিলা সবলীকৰণ আঁচনিৰ অধীনত এখন সভা অনুষ্ঠিত হয়৷

পূৱ নলবাৰী মহিলা ব্লক ফেডাৰেছনৰ সহযোগত অনুষ্ঠিত বিশাল মহিলা সমাবেশত শ শ মহিলাই অংশ গ্ৰহণ কৰি প্ৰমাণ কৰে মহিলা আজি ওলাই আহিছে৷ ব্যৱসায়, চাকৰি সকলোতে এতিয়া মহিলা ওলাই আহিছে৷ সমাবেশত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই উপস্থিত থাকি তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ যুগত সমাজ পৰিবৰ্তনত মহিলাৰ উৰ্ধমূখী যাত্ৰা আদৰণীয় বুলি কৈ মহিলা সকলৰ এই প্ৰচেষ্টাক আমিও সমাজে সহযোগ কৰি আহিছে বুলি কয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0