Home ৰাজ্যমহানৱমীত নলবাৰী বেলশৰ বিল্বেশ্বৰত ৫৩ টাকৈ ম’হ বলি

মহানৱমীত নলবাৰী বেলশৰ বিল্বেশ্বৰত ৫৩ টাকৈ ম’হ বলি

by News Desk
55 views
A+A-
Reset

ডিজিটেল ডেক্স,নলবাৰীঃ নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ আৰু দুৰ্গা পূজাৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে৷ মহানৱমীৰ দিনটোত অতীজৰে পৰা ৰাজ্যৰ ভিন্ন ঠাইৰ পৰা দুৰ্গা দেৱীৰ ভক্তই ভিৰ কৰে বিল্বেশ্বৰ৷ নলবাৰী জিলাৰ বেলশৰৰ ইতিহাপ্ৰসিদ্ধ শক্তিপীঠ বিল্বেশ্বৰত ১০ অক্টোবৰ পৰা ১৯ অক্টোবৰলৈ দহদিনীয়া দূৰ্গা পূজা অনুষ্ঠিত হয়৷ দহ দিনৰ পূজাৰ ভিতৰত মহানৱমীৰ দিনটোক বিশেষ ভাবে লয় ভক্তসকলে৷
বৃহস্পতিৰে প্ৰায় অৰ্ধ লক্ষ লোক ওলাই আহে দেৱী দুৰ্গাক সেৱা কৰিবলৈ৷ প্ৰতিপদ তিথিৰ দুৰ্গা পূজা আৰম্ভ হোৱা ৰাজ্যৰ একমাত্ৰ শক্তিপীঠৰূপে বিল্বেশ্বৰ৷ দেৱালয়ত হিন্দু-মুছলমানে ভক্তি ভাবেৰে ওলাই আহে৷ দেৱালয়ত ৫৩ টা ম’হ বলি দিয়াৰ লগতে ছাগলী, হাঁহ, পাৰ চৰাই আদি বলি দিয়া হয়৷ দেৱালয়ৰ নিয়ম অনুসাৰি বলিৰ দাতা সকলৰ নাম প্ৰকাশ কৰিব বিচৰা নাই সমিতিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0