Home ৰাজ্যকাগজ নোচোৱাকৈ হিন্দী-ইংৰাজীত ৰাহুল গান্ধীয়ে ১৫ মিনিট ভাষণ দি দেখুওৱাক

কাগজ নোচোৱাকৈ হিন্দী-ইংৰাজীত ৰাহুল গান্ধীয়ে ১৫ মিনিট ভাষণ দি দেখুওৱাক

by News Desk
75 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ২০১৯ অহাৰ লগে লগে দেশৰ ৰাজনৈতিক দলৰ মাজত বাকযুদ্ধ তুংগত উঠিছে৷ কিয়নো ২০১৯ চনত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন৷ দুদিন পূৰ্বে চীন ভ্ৰমণ সামৰি দেশলৈ উভতি অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে৷

প্ৰধানমন্ত্ৰী মোডীয়ে কি বিষয়ক লৈ চীন ভ্ৰমণলৈ গৈছিল তাক লৈ প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে৷ তাৰ ৩ দিন পূৰ্বে ৰাহুলে তেওঁক সংসদত মাথো ১৫ মিনিট সময় ভাষণ দিব দিয়াৰ সুবিধা দিবলৈ কৈছিল৷ দুৰ্নীতিৰ লগতে কেইবাটাও বিষয়ত ভাষণ প্ৰদান কৰিলে মোডীয়ে ধৈৰ্য ধৰি থাকিব নোৱাৰিব বুলি কয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0