Home গুৱাহাটীউন্নয়নবিমুখ নাৰেংগী, আছু-যুৱছাত্ৰ-স্থানীয় নাগৰিকৰ প্ৰতিবাদ

উন্নয়নবিমুখ নাৰেংগী, আছু-যুৱছাত্ৰ-স্থানীয় নাগৰিকৰ প্ৰতিবাদ

by News Desk
82 views
A+A-
Reset

গুৱাহাটীঃ শনিবাৰে পুৱাই ৰাজ্য চৰকাৰ গ’বেক বিধায়ক অতুল বৰা মুৰ্দাবাদ ধ্বনিৰে উত্তাল মহানগৰীৰ নাৰেংগী অঞ্চল। নাৰেংগী চন্দ্ৰপুৰ সহযোগী ৰাজ্যিক ঘাইপথত অাছু অসম জাতীয়বাদী যুৱ পৰিষদ, নাৰেংগী উন্নয়ন সমিতি তথা নাৰেংগীবাসী ৰাইজে যাতায়াত ব্যৱস্থা সূচলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

উন্নয়নৰ ঢাক-ঢোল বজাই শাসনৰ গাদী দখল কৰা বিজেপিৰ মিত্ৰজোঁট চৰকাৰখনে নাৰেংগীবাসী ৰাইজক নানা প্ৰতিশ্ৰুতি দিছিল যদিও আজি পৰ্যন্ত নানা সমস্যাৰে জৰ্জৰিত হৈ থাকিল অঞ্চলবাসী। দীৰ্ঘদিন ধৰি নাৰেংগী চন্দ্ৰপুৰ সংযোগী ৩ নং ৰাজ্যিক ঘাইপথটো সঘনাই হোৱা তীব্ৰ যান-জঁট আৰু নলা নৰ্দমা পৰিত্যাক্ত বস্তুৰে ভৰি থকাৰ পৰিপ্ৰেক্ষিতত বাৰিষা আহিলে নানা সমস্যাত পৰে স্থানীয় লোকসকল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0