65
তেজপুৰঃ তেজপুৰত অনুষ্ঠিত হৈ থকা কাৰ্তিক হাজৰিকা ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ বুধবাৰে অন্তিম দিনা বলিউডৰ প্ৰখ্যাত অভিনেতা নাছিৰুদ্দিন শ্বাহ পৰিচালিত আৰু নাছিৰুদ্দিন শ্বাহৰ লগতে তেওঁৰ পত্নী, ৰত্না পঠক শ্বাহ আৰু কন্যাই অভিনয় কৰা “কিচমৎ আপাকে নাম” শীৰ্ষক মুম্বাইৰ “মতলি মুম্বাই” নাট্য দলে পৰিৱেশন কৰা নাটকখন প্ৰৱেশ পত্ৰৰ অভাৱত সহস্ৰাধিক দৰ্শকে উপভোগ কৰাৰ পৰা বিৰত থাকিব লগা হ’ল।
