87
কোকৰাঝাৰঃ ৰাজ্যৰ অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী নাথ-যোগী জনগোষ্ঠী আজিও ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক দিশত পিছ পৰি ৰৈছে। নাথ-যোগী জনগোষ্ঠীয়ে তেওঁলোকৰ দাবী পূৰণৰ বাবে প্ৰতিবাদ কৰি আহিছে যদিও চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰে।
এইবাৰ বিশেষকৈ জনগোষ্ঠীটোৱে জনজাতিকৰণৰ দাবীক লৈ ব্যাপক গণ কাৰ্যসূচী ৰূপায়ন কৰা সন্দৰ্ভত সিদ্ধান্ত লবলৈ অহা এক এপ্ৰিলত গোৱালপাৰা জিলা নাথ-যোগী ছাত্র সন্থাৰ জিলা কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হ’ব।