Home ৰাজ্যশান্তি আলোচনাৰ বাবেহে যুদ্ধবিৰত, হত্যা, অপহৰণ, ধনদাবীৰ সৈতে জড়িত নহয় NDFB

শান্তি আলোচনাৰ বাবেহে যুদ্ধবিৰত, হত্যা, অপহৰণ, ধনদাবীৰ সৈতে জড়িত নহয় NDFB

by News Desk
70 views
A+A-
Reset

কোকৰাঝাৰঃ চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও ৰিফেনাৰী এণ্ড পেট্ৰোকেমিকেলচ লিমিটেড চমুকৈ বিআৰপিএলৰ একাংশ বিষয়া-কৰ্মচাৰীক গ্ৰেটাৰ ঢালিগাঁও য়ুথ এচোছিয়েচন আৰু কেইজনমান ঠিকাদাৰে ধনদাবী, ভাবুকি দিয়া বুলি ঢালিগাঁও আৰক্ষী থানাত এক গোচৰ কৰে। 

 ৪৬/২০১৮ নম্বৰত ৰজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেটাৰ ঢালিগাঁও য়ুথ এচোছিয়েচনৰ সভাপতি, সম্পাদককে ধৰি এগৰাকী যুদ্ধবিৰত এনডিএফবিৰ সদস্যক গ্ৰেপ্তাৰ কৰাৰ পিছত এনডিএফবিৰ (প্ৰ)ৰ ন্যায়িক সচিব বি সুদেমে এনডিএফবি(প্ৰ) কোনোপধ্যে হত্যা, অপহৰণ, ধনদাবী আদি ঘটনাৰ সতে জড়িত নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0