newsnextone.com | ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ উপাধ্যক্ষ পদৰ বাবে নিৰ্বাচিত হৈছে এনডিএৰ প্ৰাৰ্থী জেডিইউৰ সাংসদ নাৰায়ণ সিং হৰি বংশ। ১২৫টা ভোট লাভ কৰিছে নাৰায়ণ সিং হৰি বংশে। কংগ্ৰেছৰ প্ৰাৰ্থী বীকে হৰিপ্ৰসাদে লাভ কৰে ১০৫টা ভোট।
I congratulate Harivansh ji on behalf of the whole house. He has been blessed with the talent of writing. He was also a favourite of former PM Chandra Shekhar ji: PM Modi #RajyaSabhaDeputyChairman pic.twitter.com/jmySo2x6fI