Home বাণিজ্যNDTV-ত আদানিৰ প্ৰৱেশ! কেতিয়া, কিয় আৰু কেনেকৈ হ’ল এই সকলো?

NDTV-ত আদানিৰ প্ৰৱেশ! কেতিয়া, কিয় আৰু কেনেকৈ হ’ল এই সকলো?

by News Desk
A+A-
Reset
adani-ndtv

বিশেষ প্ৰতিবেদনঃ আদানি গ্ৰুপে একপ্ৰকাৰ এনডিটিভি কিনি পেলালে! এই খবৰে সম্প্ৰতি সমগ্ৰ দেশতে তোলপাৰ লগাইছে। প্ৰকাশিত বাতৰি অনুযায়ী দেশৰ বৃহৎ ব্যৱসায়িক গ্ৰুপটোৱে এনডিটিভিৰ এক বৃহৎ অংশ ক্ৰয় কৰাৰ পিছত শেহতীয়াকৈ আৰু ২৬ শতাংশ শ্বেয়াৰ কিনিবলৈ অপেন অফাৰৰ কথা ঘোষণা কৰিছে। প্ৰণয় ৰয়, ৰাধিকা ৰয় আৰু এনডিটিভিৰ মেনেজমেণ্টৰ সন্মতি অবিহনেই আদানি গ্ৰুপে সংবাদ সংস্থাটো হষ্টাইল টেকঅভাৰৰ জৰিয়তে নিজৰ অধীনলৈ নিয়াৰ প্ৰয়াস কৰিছে বুলিও আন এক বাতৰি প্ৰকাশ পাইছে।

‘এই দুটা খবৰৰ যিকোনো এটি খবৰেই শুদ্ধ হ’ব পাৰে। দুয়োটা ক্ষেত্ৰতেই কথাৰ ধৰণৰ পাৰ্থক্য আছে বুলিব পাৰি। কিয়নো কোনো এটা কোম্পানীৰ আধাতকৈ বেছি শ্বেয়াৰ নিজৰ অধীনলৈ নোযোৱা পৰ্যন্ত সেই কোম্পানীটো ক্ৰয় কৰা বুলিব নোৱাৰি। অৱশ্যে এনডিটিভিৰ চিইঅ’ সুপৰ্ণা সিঙে যিদৰে এনডিটিভিৰ সৈতে জড়িত প্ৰতিজনলৈ মেইল প্ৰেৰণ কৰি এই বিষয়ে অৱগত কৰিছে তালৈ চালে কিন্তু বিষয়টো সুকীয়া হৈ পৰে।’-এই মন্তব্য জ্যেষ্ঠ সাংবাদিক আলোক যোশীৰ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0