Home ৰাজ্যদৈয়াং নদীবান্ধৰ পানী এৰিলে নীপকোৱে,শংকিত গোলাঘাটবাসী

দৈয়াং নদীবান্ধৰ পানী এৰিলে নীপকোৱে,শংকিত গোলাঘাটবাসী

by News Desk
89 views
A+A-
Reset

newsnextone.com || ডিজিটেল ডেস্কঃ সমগ্ৰ গোলাঘাট জিলাত অব্যাহত মুষলধাৰ বৰষুণ।পুনৰ বানে মহাপ্ৰলয় সৃষ্টি কৰাৰ আশংকাত গোলাঘাটবাসী।এমাহ পূৰ্বে বানত ককবকাই থকা জিলাখনলৈ আকৌ শংকা নমাই আনিছে নীপকোৱে।দৈয়াং নদীবান্ধৰ পানী ৪খন ৰেডিয়েল গেটেৰে আজি পুৱা ৫ বজাৰপৰা ০.৫০ মিটাৰকৈ এৰি দিয়া বুলি গোলাঘাট প্ৰশাসনক জনালে নীপকো কৰ্তৃপক্ষই।
ধাৰাসাৰ বৰষুণৰ ফলত গোলাঘাটৰ নদ-নদী পানীৰে উপচি পৰিছে।পুনৰ নীপকোয়ে পানী এৰি দিয়াৰ ফলত জিলাখনৰ লোকসকলৰ মাজত এক আতংকময় পৰিবেশে বিৰাজ কৰিছে।

উল্লেখযোগ্য যে, ৯ আগষ্টত নীপকোৱে এনেদৰে পানী এৰি দিয়াৰ বাবেই গোলাঘাটত  সৃষ্টি হৈছিল মহাপ্ৰলয়ৰ। তেনেস্থলত নীপকোৰ এই পানীয়ে ৯ আগষ্টতকৈ অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে বুলি ৰাইজ শংকিত হৈ পৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0