Home ভাইৰেলনেহা শৰ্মাৰ মৃত্যুক লৈ ৰাজ্যজুৰি চাঞ্চল্য

নেহা শৰ্মাৰ মৃত্যুক লৈ ৰাজ্যজুৰি চাঞ্চল্য

by News Desk
64 views
A+A-
Reset

ওদালগুৰিঃ  ইজৰাইলত অসমৰ মহিলাৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰিতো ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি বিভিন্ন সংবাদ মাধ্যম যোগে প্ৰচাৰ হৈছিল ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত মেৰাবিল গাওঁত জন্ম লাভ কৰা শ্ৰী পুষ্কৰ ৰাজ শৰ্মা আৰু শ্ৰীমতী তীৰ্থ শৰ্মাৰ কন্যা নেহা শৰ্মাৰ(৩৮)  ইজৰাইলত এটি আশ্ৰমত কৰ্মৰত অৱস্থাত মৃত্যু ঘটিছে। 

এই বাতৰি প্ৰচাৰ হোৱাৰ লগে জিলাখনতো সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্য। সংবাদ মাধ্যমৰ লোক উপস্থিত হৈছিলগৈ মাজবাট থানাৰ অন্তৰ্গত মেৰাবিল গাওঁত। এই সন্দৰ্ভত গাওঁৰ লোকে সাংবাদিকৰ আগত মত ব্যক্ত কৰি কয় যে তেওঁলোকে কোনো পুষ্কৰ ৰাজ শৰ্মা আৰু তীৰ্থ শৰ্মাক চিনি নাপায় লগতে গাওঁখনত নেহা শৰ্মা নামৰ কোনো যুৱতী নাই। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0