newsnextone.com | ডিজিটেল ডেস্কঃ মেনুৱেল আৰু স্বয়ংক্ৰিয় ট্ৰান্সমিছন উপলব্ধৰে গুৱাহীটাবাসীলৈ সুখবৰ আনিছে ৰেনল্ড কুইডে। মহানগৰীৰ লালমাটি স্থিত ৰেনল্ড শ্ব’ৰূমত ১৬ তাৰিখে মুকলি কৰা হয় এই সুবিধা বিশিষ্ঠ বাহনখন। ইয়াৰ লগতে আছে আৰু NAVৰ প্ৰথমশ্ৰেীৰ টাচস্ক্ৰীণ ডিছপ্লে আৰু ৰিজাৰ্ভ পাৰ্কিং কেমেৰা।
আজিৰ এই মুকলি অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী শাখাৰ পৰিচালক আতিকুৰ ৰহমান আৰু এছ বি আইৰ ডিজিএম গৌতম ৰায়চৌধুৰী। বাহন খনৰ সন্দৰ্ভত ৰহমানে জানিবলৈ দিয়া অনুসৰি কোনো অতিৰিক্ত খৰচ বহন নকৰাকৈয়ে গ্ৰাহকে লাভ কৰিব পাৰিব এই নতুন বিশেষ সুবিধা সমুহ।