Home গুৱাহাটীমুকেশ সাহাইক বিশেষ মৰ্যদাৰে বিদায়, কুলধৰ শইকীয়াই গ্ৰহণ কৰিলে আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব

মুকেশ সাহাইক বিশেষ মৰ্যদাৰে বিদায়, কুলধৰ শইকীয়াই গ্ৰহণ কৰিলে আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব

by News Desk
116 views
A+A-
Reset

গুৱাহাটীঃ দীৰ্ঘ দিনে আৰক্ষীৰ কেইবাটাও উচ্চ পদস্থ পদত কাৰ্যনিৰ্বাহ কৰা আইপিএছ বিষয়া মুকেশ সাহায়ে অৱশেষত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰিলে সোমবাৰে৷ দীৰ্ঘ চাকৰিৰ জীৱনৰ অভিজ্ঞতা ৰোমন্থন কৰি সোমবাৰে সাহাইয়ে আৱেগিক হৈ পৰে৷ বিদায় বেলাত অসমৰ কথাকে কৈ স্মৃতি ৰোমন্থন কৰিলে সাহাইয়ে৷

বিশেষকৈ যোৱা সময়ছোৱাত অসমত উগ্ৰপন্থীৰ সমস্যা ব্যাপক হাৰত কম হৈ অহাটোৱে সফলতা বুলি কব খুজিলে৷ এনআৰচিৰ কথাও উল্লেখ কৰি খচৰা প্ৰকাশৰ দিনটো সুখৰ আছিল বুলি কয়৷ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহায়ে সোমবাৰে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ লগে লগে অসম আৰক্ষীৰ কাহিলীপাৰাস্থিত চতুৰ্থ বাহিনীৰ পথাৰত অসম আৰক্ষীয়ে বিশেষ মৰ্যদাৰে বিদায় দিয়ে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0