নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত বিশেষ কক্ষৰ সংযোজন

Home ৰাজ্যনগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত বিশেষ কক্ষৰ সংযোজন

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত বিশেষ কক্ষৰ সংযোজন

by News Desk
123 views
A+A-
Reset

নগাঁওঃ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত সংযোজিত হ’ল এক বিশেষ কক্ষ৷ বয়োজ্যেষ্ঠ লোকসকলৰ সুবিধাৰ্থে স্থাপন কৰা এই বিশেষ কক্ষটি আজি আনুষ্ঠানিকভাৱে বয়োজ্যেষ্ঠ নাগৰিকসকলৰ বাবে মুকলি কৰি দিয়া হয়৷

এই মৰ্মে চিকিৎসালয়ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ সভাত নৱ নিৰ্মিত অত্যাধুনিক কক্ষটি শুভ উদ্বোধন কৰে নগাঁও জিলাৰ উপায়ুক্ত চমচেৰ সিঙে৷ অনুষ্ঠানত জিলা যুটীয়া স্বাস্থ্য সঞ্চালক অতুল পাটৰ, চিকিৎসালয়খনৰ অধীক্ষক জে আহমেদকে প্ৰমুখ্য কৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা বিষয়াসকল উপস্থিত থাকে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0