104
গুৱাহাটীঃ শৈশৱৰ পৰাই সংগীতৰ অনুৰাগী এগৰাকী যুৱতী৷ শৈশৱৰ সংগীতৰ অনুৰাগী যুৱতীগৰাকীয়ে যোৱা কেবাটাও বছৰ ধৰি ব্যস্ত সংগীতৰ সাধনাত৷ সংগীতৰ বাহিৰে আন একো বুজি নোপোৱা যুৱতীগৰাকীয়ে সংগীতৰ জগতত নিজকে চিনাকী দিবলৈ সক্ষম হৈছে৷
সৰুৰেপৰা ঘৰত সংগীতৰ পৰিৱেশৰ মাজত ডাঙৰ দীঘল হোৱা যুৱতীগৰাকীয়ে বিটিএডি অঞ্চলৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত তথা মঞ্চত গীত পৰিৱেশন কৰি জনপ্ৰিয়তা লভিছে৷