67
ডেৰাডুনঃ শুকুৰবাৰে হিমাচল প্ৰদেশত সংঘটিত হয় ভয়ংকৰ হিমস্খলন। বিয়লি ৩ বজাত ৰাজ্যখনৰ পংগমো গাঁৱত সংঘটিত হয় এই হিমস্খলন।
হিমস্খলনৰ ফলত ৯খন বাহন ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। আনহাতে এজন বন কৰ্মীৰ বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হয়।