94
ডিজিটেল ৰিপ’ৰ্টঃ যোৱা ৪ জুলাইত দৃশ্যগ্ৰহণ সম্পূৰ্ণ হয় বছৰটোৰ এখন বিগ বাজেটৰ তাৰকাৰে ভৰপূৰ অসমীয়া ছবি “নিজানৰ গান”ৰ। সেইদিনা কেম্প ফায়াৰ আয়োজন কৰি এক বিশাল অনুষ্ঠানৰ দ্বাৰা ছবিখনৰ শেষৰ দৃশ্যটোৰ শ্বুটিং সম্পূৰ্ণ কৰে।
এতিয়া ছবিখনৰ পোষ্ট প্ৰডাকচনৰ কাম যেনে ডাবিং, সম্পাদনা, আৱহ সংগীত, ডি আই, চেন্সৰ আদি আৰম্ভ কৰিব। ছবিখন নৱেম্বৰত মুক্তি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।