88
ডিজিটেল ডেস্কঃ হিন্দুসকল কোনো কাৰণতে সন্ত্ৰাসাদী হ’বই নোৱাৰে। পৃথিৱীৰ কোনো এজন হিন্দুলোকেই সন্ত্ৰাসবাদী নহয়। এই অভিমত হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল ৱিজৰ।
কট্টৰপন্থী হিন্দুত্ববাদী নেতাজনে নিজৰ মতৰ সমৰ্থনত দাঙি ধৰিলে একাধিক যুক্তি। আৰ এছ এছৰ অন্যতম প্ৰিয়পাত্ৰ ৱিজৰ মতে বিশ্বৰ যিকোনো প্ৰান্তৰ কোনো এজন হিন্দুৱেই সন্ত্ৰাসাদী কাৰ্যকলাপত লিপ্ত নহয়।