62
কামপুৰঃ এটা পথ আৰু এখন বিশেষ পূজা। এই পূজা পিছে কোনো দেৱ-দেৱীক উদ্দেশ্যি নহয়। ৩জনকৈ বিশেষ ব্যক্তিক উদ্দেশ্যিহে আয়োজন কৰা হয় এই বিশেষ পূজা।
২৫ খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ বিশেষভাৱে পূজা আগবঢ়োৱা এই ৩জন ব্যক্তি হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত।