Home ৰাজনীতি‘কেজৰিৱাল দেশদ্ৰোহী’ বুলি কৈয়ে ঢলি পৰিল কপিল

‘কেজৰিৱাল দেশদ্ৰোহী’ বুলি কৈয়ে ঢলি পৰিল কপিল

by News Desk
A+A-
Reset
kapil-mishra-faints_650x400_41494749035

নতুন দিল্লীঃ কেজৰিৱালৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰি অনশন মঞ্চতে অসুস্থ হৈ ঢলি পৰিল দলৰ পৰা বহিস্কৃত আপ নেতা কপিল মিশ্ৰ। লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে যোৱা ৪ দিন ধৰি অনশন অব্যাহত ৰাখিছে আপৰ পৰা বহিস্কৃত নেতাজনে। 

অনশনৰ পঞ্চম দিনা দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মূৰব্বী অৰবিন্দ কেজৰিৱালৰ একাধিক অভিযোগ উত্থাপন কৰে মিশ্ৰই। কেজৰিৱাল যে একাধিক দুৰ্নীতি কাণ্ডত জড়িত সেই বিষয়ে পৰ্যাপ্ত প্ৰমাণ থকা বুলিও সাংবাদিকৰ সমুখত দাবী কৰে নেতাজনে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0